যিকোনো সমস্যাৰ বাবে প্ৰধান শিক্ষকলৈ ছুটি মঞ্জুৰীৰ দৰ্খাস্ত।
প্ৰতি,
মাননীয় প্ৰধান শিক্ষক
…….. ……… বিদ্যালয়। (বিদ্যালয় নাম)
তাৰিখ : ………..
বিষয় : ছুটি মঞ্জুৰীৰ বাবে আবেদন ৷
মহাশয়,
বিনীত সন্মান পূৰ্বক নিবেদন এই যে কাৰণ মই যোৱা ------------------- তাৰিখৰ পৰা ---------------- তাৰিখলৈ মোৰ ______ ৰ বাবে বিদ্যালয়ৰ শ্ৰেণী কোঠাত উপস্থিত থাকিব পৰা নোৱাৰিলো৷
গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ৷ এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা ৷
অভিভাৱকৰ চহী
________________
ইতি –
আপোনাৰ একান্ত বাধ্য ছাত্ৰ।
নাম : ———-।
শ্ৰেণী ——-
ৰোল নং ——
2 Comments
❤️🔥
ReplyDeleteThanks.
Delete