জীৱনৰ সময় অনুযায়ী ইয়াৰ গুৰুত্বতা।

জীৱনটো কাৰ্বনৰ নিচিনাই।
ভিন্ন স্হিতিত মূল্য আৰু প্ৰতিপত্তি ভিন্ন হয়।
মানুহৰ জীৱনৰ স্তৰক কাৰ্বন মৌলৰ অৱস্থিতিৰ লগত তুলনা কৰিব পাৰি।

কম‌ বয়সত ইয়াৰ মূল্য নাই,যিমান যি কৰিলেও প্ৰতিষ্ঠিত নোহোৱালৈকে সমাজে হেয় চকুৰেও চাই।একেই দশা বৃদ্ধ অৱস্থাতো,লাহে লাহে নিজৰ ভূমিকা যেন হেৰাই যায়,ঠিক গ্ৰেফাইটৰ দৰে কোমল আৰু কম মূল্যৱান।

আৰু সেই মাজৰ সময় সোণালী সময়। প্ৰদৰ্শনৰ সময়, সুযোগৰ সময়।এইয়াই মানুহৰ পৃথিৱী জয়ৰ সময়। সকলো ক্ষেত্ৰতে ভূমিকা, স্থান, প্ৰতিপত্তি বৃদ্ধি পায়।, ঠিক হীৰাৰ কঠিন আৰু যথেষ্ট মূল্যৱান।
#Random_thought.
--- অভিনৱ।

Post a Comment

0 Comments