যিকোনো সমস্যাৰ বাবে প্ৰধান শিক্ষকলৈ ছুটি মঞ্জুৰীৰ দৰ্খাস্ত।
প্ৰতি,

মাননীয় প্ৰধান শিক্ষক

…….. ……… বিদ্যালয়। (বিদ্যালয় নাম)

তাৰিখ : ………..

বিষয় : ছুটি মঞ্জুৰীৰ বাবে আবেদন ৷


মহাশয়,

বিনীত সন্মান পূৰ্বক নিবেদন এই যে কাৰণ মই যোৱা ------------------- তাৰিখৰ পৰা ---------------- তাৰিখলৈ মোৰ ______ ৰ বাবে বিদ্যালয়ৰ শ্ৰেণী কোঠাত উপস্থিত থাকিব পৰা নোৱাৰিলো৷

গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটিৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ৷ এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা ৷

অভিভাৱকৰ চহী
________________

ইতি –

আপোনাৰ একান্ত বাধ্য ছাত্ৰ। 

নাম : ———-। 

শ্ৰেণী ——-

ৰোল নং ——